সদস্য:BhuyanBhaskar/ভাস্কৰ ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাস্কৰ ভূঞা
জন্ম ৮ ফেব্ৰুৱাৰী, ১৯৯৫
মধুপুৰ বাগান, ধেমাজি
পেচা কবি, গল্পকাৰ, সমালোচক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ,
ধৰণ অসমীয়া সাহিত্য

ভাস্কৰ ভূঞা (জন্ম:১৯৯৫ - ) গল্পকাৰ, কবি, সমালোচক।

জন্ম[সম্পাদনা কৰক]

১৯৯৫ চনৰ ১৩ মাৰ্চত ধেমাজি জিলাৰ মধুপুৰ নামৰ ঠাইত জন্ম৷ পিতৃ যোগেন ভূঞা আৰু মাতৃ ৰূপা ভূঞা |

শিক্ষা[সম্পাদনা কৰক]

লখিমপুৰ জিলাৰ চৰৱনী গাঁৱৰ চৰৱনী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰি শাস্ত্ৰী স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা লাভ আৰু শাস্ত্ৰী স্মৃতি উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা ক্ৰমে প্ৰথম বিভাগত (অসমীয়া আৰু হিন্দী বিষয়ত লেটাৰসহ)প্ৰৱেশিকা পৰীক্ষাত (২০১১) উত্তীৰ্ণ৷ তাৰপাছত নাওবৈচা হায়াৰছেকেণ্ডৰীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা (২০১৩), আৰু লখিমপুৰৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত বি এ (২০১৬) আৰু এম.এ (২০১৮) বিষয়ত উত্তীৰ্ণ৷ ২০১৮ চনত NET পৰীক্ষা উত্তীৰ্ণ |