সদস্য:Disha Borah/শংকৰদেৱ শিশু নিকেতন ৰঙিয়া
অৱয়ব
শংকৰদেৱ শিশু নিকেতন ৰঙিয়া (English: Shankardev Shishu Niketan Rangia) কামৰূপ জিলাৰ ৰঙিয়াত অৱস্থিত এখন প্ৰাইভেট বিদ্যালয় এই বিদ্যালয় খন ১৯৮৭ চনত স্থাপিত কৰা হৈছিল। দিলিপ কুমাৰ লহকৰ ইয়াৰ প্ৰধান শিক্ষক। এই বিদ্যালয় খন শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা অন্তৰ্ভুক্ত।
| শংকৰদেৱ শিশু নিকেতন ৰঙিয়া | |
| অৱস্থান | |
|---|---|
| ৰঙিয়া, অসম | |
| স্থানাঙ্ক | 26°11′14″N 91°44′40″E / 26.18722°N 91.74444°Eস্থানাংক: 26°11′14″N 91°44′40″E / 26.18722°N 91.74444°E |
| প্ৰাথমিক তথ্যসমূহ | |
| স্কু্লৰ প্ৰকাৰ | প্ৰাইভেট |
| প্ৰতিষ্ঠাকাল | ১৯৮৭ চন |
| বিদ্যালয়ৰ বিভাগ | কামৰূপ জিলা |
| অধ্যক্ষ | দিলিপ লহকৰ |
| কৰ্মচাৰী | ৬৭ |
| ছাত্ৰৰ সংখ্যা | ১২৮৬ |
| Classes offered | অংকুৰ ৰ পৰা ১১ লৈ |
| মাধ্যম | অসমীয়া |
| ভাষা | অসমীয়া |
| কেম্পাছ | চহৰীয়া অঞ্চল |