User:Ferdous
অৱয়ব
মোৰ নাম ফেৰদৌছ। মই বাংলাদেশৰ বাসিন্দা। ২০১৪ চনৰ পৰা মই সক্ৰিয়ভাৱে ৱিকিমিডিয়া পৰিয়ালৰ বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত হৈ আছোঁ। বৰ্তমানে মই বাংলা ৱিকিপিডিয়াৰ এজন প্ৰশাসক ([https://bn.wikipedia.org/wiki/Special:Listusers?limit=1&username=Ferdous নিৰূপণ])। সংৰক্ষণ, ধ্বংসপ্ৰৱণতা ৰোধ ইত্যাদিৰ উপৰিও মই এটা সক্ৰিয় সম্পাদকৰূপে নতুন প্ৰবন্ধ সৃষ্টি আৰু পুৰণি প্ৰবন্ধৰ মানোন্নয়নৰ কামত নিয়মিতভাৱে জড়িত। তাৰ উপৰিও মই অন্য ৱিকিমিডিয়া প্ৰকল্পসমূহতো কাম কৰাৰ চেষ্টা কৰোঁ। বিভিন্ন ৱিকিমিডিয়া প্ৰকল্পত মোৰ বৈশ্বিক অৱদান চাবলৈ ইয়াত ক্লিক কৰক। | |||


