সদস্য বাৰ্তা:Ferdous
নমস্কাৰ, Ferdous
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
|
প্রভাকৰ শৰ্মা নেওগ (talk) 13:50, 21 জুন 2015 (UTC)
ধন্যবাদ
[সম্পাদনা কৰক]নমস্কাৰ। আপোনাৰ শুভেচ্ছা বাৰ্তা পালোঁ। এজন বাংলাভাষী হৈওঁ আপোনাৰ অসমীয়া ভাষাৰ প্ৰীতি দেখি অভিভূত হৈছোঁ। এজন ন-সম্পাদক ৰূপে মোক ইমান আন্তৰিকতাৰে উৎসাহ জনোৱাৰ বাবে সঁচাকৈয়ে আপুনি ধন্যবাদৰ পাত্ৰ। -অজয় দাস (বাৰ্তা) 15:09, 12 February 2016 (ইউ.টি.চি.)
- আপনাকে অসংখ্য ধন্যবাদ ভাই অজয় দাস । ফেরদৌস TM 17:35, 2 June 2016 (ইউ.টি.চি.)
New articles
[সম্পাদনা কৰক]Kindly use proper Assamese names for articles. Bengali names should not be used ditto as Assamese articles headings. Thanks. — গীতাৰ্থ বৰদলৈ (talk) 07:06, 10 মে' 2017 (ইউ.টি.চি.)
- ধন্যবাদ। অসমিয়া ভাষাটি আমি সম্পূর্ণ উইকি থেকে শিখেছি। তাই কিছু ভুল হচ্ছে। ভুল শুধরে নেওয়ার চেষ্টা করছি। আপনি ভুল নামের নিবন্ধগুলি স্থানান্তর করে দিলে খুবই ভালো হয়। - ফেরদৌস 07:45, 10 মে' 2017 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
[সম্পাদনা কৰক]Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.