সদস্য:IKHazarika/৬মাহ!

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

মই প্ৰথম সম্পাদনা কৰিছিলো ৩০ জুলাই ২০১৪ত। ৬ মাহত মই ৩১টা প্ৰবন্ধ আৰম্ব কৰিলো আৰু ৩২৭টা সম্পাদনা কৰিলো। এই পৃষ্ঠাত মোৰ ৱিকিপিডিয়াত প্ৰথম ৬ মাহৰ কাম চৈত্রিকভাৱে আৰু টেবুলৰ ৰূপত দিয়া হ'ল।

টোকা: যদিও জুলাই ২০১৪ৰ শেষৰ দিনাহে মই সম্পাদনা কৰিবলৈ আৰম্ভ কৰিছো, জুলাই ২০১৪কো এক সুকীয়া মাহ হিচাপে দেখোৱা হৈছে।

মই সৃষ্টি কৰা প্ৰবন্ধ

ঈশানৰ ৬ মাহৰ প্ৰবন্ধ.png

মই কৰা সম্পাদনা

ঈশানৰ ৬ মাহৰ সম্পাদনা.png

বাওঁফালৰ পৰা 'সম্পাদনাৰ বৃদ্ধি' আৰু 'সম্পাদনাৰ সংখ্যা'