সদস্য:IKHazarika/৬মাহ!

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মই প্ৰথম সম্পাদনা কৰিছিলো ৩০ জুলাই ২০১৪ত। ৬ মাহত মই ৩১টা প্ৰবন্ধ আৰম্ব কৰিলো আৰু ৩২৭টা সম্পাদনা কৰিলো। এই পৃষ্ঠাত মোৰ ৱিকিপিডিয়াত প্ৰথম ৬ মাহৰ কাম চৈত্রিকভাৱে আৰু টেবুলৰ ৰূপত দিয়া হ'ল।

টোকা: যদিও জুলাই ২০১৪ৰ শেষৰ দিনাহে মই সম্পাদনা কৰিবলৈ আৰম্ভ কৰিছো, জুলাই ২০১৪কো এক সুকীয়া মাহ হিচাপে দেখোৱা হৈছে।

মই সৃষ্টি কৰা প্ৰবন্ধ

মই কৰা সম্পাদনা

বাওঁফালৰ পৰা 'সম্পাদনাৰ বৃদ্ধি' আৰু 'সম্পাদনাৰ সংখ্যা'