সদস্য:JBDVIJASDVI/বিভ্ৰাট (তৰ্কশাস্ত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিভ্ৰাট(fallacy) হৈছে তৰ্কশাস্ত্ৰ আৰু ব্যাখ্যানত এক অশুদ্ধ তৰ্ক (argument) যাৰ প্ৰয়োগৰ পৰিণাম যুক্তিৰ মান্যতাহীনতা, নিষ্ফলতা আৰু অসাৰতা । যুক্তি-বিভ্ৰাট দুই ধৰণে হব পাৰে – বিযুক্তি (formal fallacies) আৰু অত্যুক্তি(informal fallacies) অথবা বক্তব্যৰ সামঞ্জস্যহীনতা।

বিযুক্তিসমূহ[সম্পাদনা কৰক]

  • উপস্থাপনৰ বিভ্ৰাট (Propositional fallacies)
  1. বিযোজন আধাৰিত (Affirming a disjunct)
  2. পৰিণাম সিদ্ধ যুক্তি (Affirming the consequent)
  3. অন্যথাৰ অস্বীকৃতি (Denying the antecedent)
  1. চিৰন্তন অস্তিত্বমানক বিভ্ৰাট (Existential fallacy)
  • সমত্বমানক বিভ্ৰাট (en:Formal syllogistic fallacies)
  • অনিশ্বয়তাৰ প্ৰত্যাহ্বান ( এইটোৱেই হ’ব লাগে কিয়নো এইটো হ’ব পাৰে যেন লাগে ) Appeal to probability
  • বিভ্ৰাট ভিত্তিক তৰ্ক Argument from fallacy
  • আধাৰ হাৰ সম্পৰ্কীয় বিভ্ৰাট Base rate fallacy
  • সংযুক্তিৰ ফলত সৃষ্ট বিভ্ৰাট Conjunction fallacy
  • মুখাধাৰী ব্যক্তি সম্পৰ্কীয় বিভ্ৰাট Masked man fallacy (illicit substitution of identicals)


অনুমানতান্ত্ৰিক বিভ্ৰাটসমূহ[সম্পাদনা কৰক]

Syllogistic fallacies

কথাৰ খেলিমেলি বা বক্তব্যৰ সামঞ্জস্যহীনতা[সম্পাদনা কৰক]

অনাহক একাকাৰ সমূহ[সম্পাদনা কৰক]

চালে বেৰে কোবোৱা অপলাপসমূহ[সম্পাদনা কৰক]

আৰু পঢ়ক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]