সদস্য:Joli/লেতেকু পুখুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লেতেকু পুখুৰী মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান তথা শৈশৱৰ কৰ্মক্ষেত্ৰ৷ ই বিহপুৰীয়া নগৰৰ পৰা উত্তৰ ফালে কাচিকটা আৰু ৰঙাজানৰ মাজত অৱস্থিত৷