সদস্য:Kalamya
অৱয়ব
নমস্কাৰ/অচ্ছালামু আলাইকুম ,
অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম । মোৰ ঘৰ বৰপেটা জিলাৰ বৰপেটা ৰোড চহৰৰ আল আমিন নগৰত। বৰ্তমান মই ৱেব কনসালটেন্ট হিচাবে কৰ্মৰত । মই মূলতঃ অসমীয়া আৰু ইংৰাজী ৱিকিপিডিয়াত অৱদান আগবঢ়াও লগতে বাংলা আৰু হিন্দী ৱিকিপেডিয়াটো অলপ কাম কৰোঁ। তদুপৰি ৱিকিৰ ভগ্নী প্ৰকল্প ৱিকি ডাটা, ৱিকি কমন্স, মেটা আদিতো সৰু-সুৰা কাম কৰোঁ।
চিৰ চেনেহী মোৰ ভাষা জননী
| User:Kalamya
|
| নাম | মাইন্ উদ্দিন |
|---|---|
| জন্ম দিন | ৭ জুলাই , ১৯৭৭ |
| জন্ম স্থান | বৰভিঠা |
| বৰ্তমানৰ ঠিকনা | বৰপেটা |
| জাতীয়তা | ভাৰতীয় |
| শিক্ষা আৰু নিযুক্তি | |
| পেচা | তথ্য প্রযুক্তি বিদ্যা |
| বিশ্ববিদ্যালয় | মাধুৰাই কামৰাজ বিশ্ববিদ্যালয়, গৌহাটি বিশ্ববিদ্যালয়, শ্ৰীৰামপুৰ বিশ্ববিদ্যালয়, আন্না বিশ্ববিদ্যালয় |
| যোগাযোগ | |
| ই-মেইল | ceo@indilens.com |
| ফেইচবুক | মাইন্ উদ্দিন |
অতি সোনকালে বাকী খিনি লিখিম
| “জয় আই অসম” এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে। |
| ৱিকিপিডিয়া:বাবেল | |||||||||
|---|---|---|---|---|---|---|---|---|---|
| |||||||||
| ৱিকিপিডিয়ানৰ ভাষাসমূহ | |||||||||