সদস্য:KhiLanTzi/পদক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়াৰ প্ৰবন্ধকাৰ পদক
১০ + প্ৰবন্ধ যোগ দি অসমীয়া ৱিকিপিডিয়া সমৃদ্ধিশালী কৰি তোলাৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা সহকাৰে আপোনালৈ এই পদকটো আগবঢ়াইছোঁ। আশাকৰোঁ আপুনি এনেদৰেই অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত হৈ ৰ’বা।
মানৱ যৌনতা পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত মানৱ যৌনতা সম্পৰ্কীয় একাধিক মানবিশিষ্ট প্ৰবন্ধৰ সংযোজনৰ লগতে মানৱ যৌনতা বিষয়ক বিভিন্ন প্ৰবন্ধৰ উন্নীতকৰণেৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ ---Chandan Chiring Phukon  Chat 10:15, 29 May 2022 (ইউ.টি.চি.)