সদস্য:Madhabsaikia/বেছেলৰ অফ কম্পিউটাৰ এপ্লিকেচনচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বি.চি.এ. অৰ্থাৎ বেছেলৰ অফ কম্পিউটাৰ এপ্লিকেচনচ হৈছে ভাৰতীয় স্নাতক বৰ্ষৰ এক তিনি বছৰীয়া পাঠ্যক্ৰম । বি.চি.এ. হৈছে বি.টেক. অথবা বি.ই. সমপ্ৰ্যায়ৰ এক পাঠ্যক্ৰম । বি.চি.এ. ত নামভৰ্তীৰ বাবে নুন্যমত অহৰ্তা উচ্চতম মাধ্যমিকত ৫০ শতাংশ সহ সফলতাৰে উৰ্ত্তিণ হব লাগিব । আৰু কোনো কোনো মহাবিদ্যালয়ে উচ্চতম মাধ্যমিকত ৫০ শতাংশ নম্বৰৰ লগতে গণিত(Maths) থকাটো বাধ্যতামূলক । বি.চি.এ ক ৬টা যণ্নাষিকত(Semester) বিভক্ত । [1] ভৰতত বৰ্তমান এহাজাৰৰো এধিক মহাবিদ্যালয় তথা প্ৰতিষ্ঠানে বি.চি.এ. পাঠ্যক্ৰমৰ যোগান ধৰাৰ লগতে ৬০,০০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে বি.চি.এ. পাঠ্যক্ৰম কৰি আছে ।


তথ্যসুত্ৰ[সম্পাদনা কৰক]


লগতে চাওক[সম্পাদনা কৰক]