সদস্য:Rbchutia

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ বেংক ব্যৱস্থা[সম্পাদনা কৰক]

{{{আৰম্ভ}}}

ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহ:-[সম্পাদনা কৰক]

১। এলাহাবাদ বেংক ২। অন্ধ্ৰ বেংক ৩। বেংক অব বৰোদা ৪। বেংক অব ইণ্ডিয়া ৫। বেংক অব মহাৰাষ্ট্ৰ ৬। কানাড়া বেংক ৭। চেণ্টেল বেংক অব ইণ্ডিয়া ৮। কৰ্পৰেচন বেংক ৯। ডেনা বেংক ১০। আই ডি বি আই বেংক ১১। ইণ্ডিয়ান বেংক ১২। ইণ্ডিয়ান অভাৰচিজ বেংক ১৩। অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ ১৪। পাঞ্জাৱ এণ্ড সিণ্ড বেংক ১৫। পাঞ্জাৱ নেচনেল বেংক ১৬। চিণ্ডিকেট বেংক ১৭। ইউকো বেংক ১৮। ইউনিয়ন বেংক অব ইণ্ডিয়া ১৯। ইউনাইটেড বেংক অব ইণ্ডিয়া ২০। বিজয়া বেংক

ষ্টেট বেংক গোট[সম্পাদনা কৰক]

১। ষ্টেট বেংক অৱ বিকানিৰ ২। ষ্টেট বেংক অৱ হাইডৰাবাদ ৩। ষ্টেট বেংক অৱ ইণ্ডিয়া ৪। ষ্টেট বেংক অৱ ম'ইচুৰ্ [মহিশুৰ] ৫। ষ্টেট বেংক অৱ পাটিয়ালা ৬। ষ্টেট বেংক অৱ ত্ৰিবাংকুৰ্

  • [ষ্টেট বেংক অৱ ইন্দুৰ ২০১০ চনৰ ২৬ আগষ্টত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লগত একত্ৰিত হয় ।]

১৪টা পুৰণি গাঠঁ নিৰ ব্যক্তিগত বেংক[সম্পাদনা কৰক]

১। কেথলিক চিৰিয়ান বেংক লিঃ ২। চিটি ইউনিয়ন বেংক লিঃ ৩। ধনলক্ষ্মী বেংক লিঃ ৪। ফেডাৰেল বেংক লিঃ ৫। ইং ব্যাস বেংক লিঃ ৬। জম্মু এণ্ড কাশ্মীৰ বেংক লিঃ ৭। কৰ্ণাটক বেংক লিঃ ৮। কাৰোৰ ব্যাস বেংক লিঃ ৯। লক্ষ্মী বিলাস বেংক লিঃ ১০। নাইনিটাল বেংক লিঃ ১১। ৰত্নাকৰ বেংক লিঃ ১২। এচ বি আই কমাৰ্চিয়েল এণ্ড ইণ্টাৰনেচনেল বেংক লিঃ ১৩। চাউথ এণ্ডিয়ান বেংক লিঃ ১৪। তামিলনাডু মাৰ্কেণ্টাইল বেংক লিঃ

  • [২০১১ চনত ৰাজস্থান বেংক লিঃ আই চি আই চি আই বেংক লিঃৰ লগত একিভূত হয় । ]


নতুন গাঠঁ নিৰ ব্যক্তিগত বেংক ৭টা[সম্পাদনা কৰক]

১। এক্সিচ বেংক লিঃ ২। ডেভলপমেণ্ট ক্ৰেডিট বেংক লিঃ ৩। এইচ ডি এফ চি বেংক লিঃ ৪। আই চি আই চি আই বেংক লিঃ ৫। ইণ্ডাচ-ইণ্ড বেংক লিঃ ৬। ক'টাক মহিণ্ডৰ বেংক লিঃ ৭। ইয়েচ বেংক লিঃ

ক্ষেত্ৰীয় গ্ৰামীণ বেংক[সম্পাদনা কৰক]

আঞ্চলিক গাঁৱলীয়া বেংক::

মুঠ ৮৩ টা ক্ষেত্ৰীয় গ্ৰামীণ বেংক

বিদেশী বেংক[সম্পাদনা কৰক]

২০০৯ চনৰ হিচাবমতে ভাৰতব্যাপি ২৯৩ টা শাখাৰে হৈতে ৩২টা বিদেশী বেংক দেশত আছে। অন্য এক সূত্ৰমতে দেশত ৪৩ টা বেলেগ বেলেগ বিদেশী বেংকৰ শাখা আছে ।

ভাৰতৰ বেঙ্ক ব্যৱস্থা[সম্পাদনা কৰক]

ৰিজাৰ্ভ বেঙ্ক ভাৰতৰ কেন্দ্ৰীয় বেঙ্ক । ই দেশৰ বিত্ত আৰু মূদ্ৰা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে ।