সদস্য:Tutusarma

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্য পৃষ্ঠালৈ আপোনাক স্বাগতম্। মোৰ নাম শ্ৰী টুটুমনি শৰ্মা।মোৰ ঘৰ নলবাৰী জিলাৰ বানেকুছি গাওঁত।বৰ্তমান মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ সংস্কৃত বিভাগৰ এজন ছাত্র।