সদস্য বাৰ্তা:Vkborah

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্বাগতম!Vkborah

ৱিকিপিডিয়ালৈ আদৰিছো। আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় সংযুক্ত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:

মই আশাকৰো সম্পাদনাৰ কামটো আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্রহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড (~~~~) ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। যিকোনো সহায়ৰ বাবে চাওঁক ৱিকিপিডিয়া: প্রশ্ন ক'ত সুধিম, মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওঁক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}} সুমুৱাই দিওঁক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্রশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব। আকৌ এবাৰ, ৱিকিপিডিয়ালৈ আদৰিছোঁ। --Jose77 ০১:৫২, ১৪ জুন ২০০৯ (UTC)

THANKYOU SO MUCH Vkborah for your Outstanding Translation effort!
Your help is very Gratefully Appreciated.
May God Bless you and may the Assamese Wikipedia prosper!
Yours Sincerely, --Jose77 ২২:১৬, ১৫ জুন ২০০৯ (UTC)

Translation of template[সম্পাদনা কৰক]

Could you also help translate this template into Assamese? Thanks in advance. --Jose77 ২২:২৯, ১৫ জুন ২০০৯ (UTC)

Page have been translated. For the convenience of Assamese typing is there any way to make larger the font size of editing box? If there is any, please tell me.
With thanks Vkborah ১৫:৩২, ১৬ জুন ২০০৯ (UTC)
It should be possible. The font size of Hindi Wikipedia had been enlarged a few years ago whereas the bengali and Marathi Wikipedias still remain small. I am not an expert in this field so maybe you can ask someone from the Wikimedia foundation or one of the sysops on Hindi Wikipedia. --Jose77 ২২:০২, ১৬ জুন ২০০৯ (UTC)

ভাল লাগিল[সম্পাদনা কৰক]

শ্ৰদ্ধাৰ বৰা,

আপোনি ইয়াত কাম কৰি থকা দেখি ভাল লাগিল৷ মইও মাজতে বহুত কৰিছিলোঁ৷ এতিয়া সময়ৰ অলপ অভাৱ হ'ল৷

ধন্যবাদ থাকিল- অঞ্জল বৰা মধ্যপ্ৰদেশ Anjal Borah ( ০৭:১০, ২৩ জুন ২০০৯ (UTC))

শ্ৰীশ্ৰীশঙ্কৰদেৱ[সম্পাদনা কৰক]

শ্ৰদ্ধাৰ বৰা, মই ইতিমধ্যে শ্ৰীশ্ৰীশঙ্কৰদেৱ নামৰ এটা প্ৰৱন্ধ লিখিছিলোঁ৷ ইয়াত শঙ্কৰদেৱক কেইবা ধৰণৰে লিখা আছে৷ এবাৰ চাব৷

ধন্যবাদেৰে Anjal Borah ( ০৫:১৩, ২৪ জুন ২০০৯ (UTC))

বিষ্ণু ৰাভাৰ জীৱন আৰু আদৰ্শৰ মূল্যায়ন[সম্পাদনা কৰক]

আপোনাৰ পত্ৰৰ বাবে ধন্যবাদ৷ আচলতে আমাৰ "এডমিন ৰাইট" নাই বাবে বহুতো বিষয় শুদ্ধ কৰিব পৰা নাই৷ আনহাতে "বিষ্ণু ৰাভাৰ জীৱন আৰু আদৰ্শৰ মূল্যায়ন" প্ৰৱন্ধটো মই ভুলতে নভবাকৈয়ে অন্তৰ্ভুক্ত কৰি দিছিলোঁ৷ প্ৰৱন্ধটো মই ইতিমধ্যে এখন অসমৰ আলোচনীৰ কাৰণে লিখিছিলোঁ৷ সি এতিয়াও প্ৰকাশ হোৱা নাই৷ গতিকে প্ৰকাশৰ আগতে ইয়াত দিয়াটো উচিত নাভাবিলো৷ পিছত পুনৰ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিম৷

ধন্যবাদ Anjal Borah ( ০৪:৫৮, ২৫ জুন ২০০৯ (UTC))

সাহিত্য[সম্পাদনা কৰক]

আপুনি প্ৰকাশ কৰা দুই এটা তথ্য অলপ ভুল আছেনেকি, এবাৰ চাব৷

  • (১) বেজবৰুৱাৰ নিজৰ সম্পাদনাতে জোনাকীৰ তৃতীয় বছৰ প্ৰথম সংখ্যাত (১৮৯১ চন) পদুম কুঁৱৰী প্ৰকাশ পায়৷ ১৯৫০ চনত পিছলৈ উপন্যাসখন গ্ৰন্থ আকাৰে প্ৰকাশ পায়৷
  • (২)জোনাকীৰ দ্বিতীয় সম্পাদক লক্ষ্মীনাথ বেজবৰুৱাহে হ'ব৷ আনহাতে ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ তেওঁ "বাঁহী" আলোচনীতহে লিখিছিল৷ লগতে জাতীয় সংগীতৰ "পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা জনমটো কৰিলেও পাত ।" বাক্যশাৰী শুদ্ধ কৰিছোঁ৷

ধন্যবাদেৰে Anjal Borah ( ০৫:৫৬, ২৫ জুন ২০০৯ (UTC))

সন্মুখ পৃষ্ঠাত থকা পাকঘৰ শব্দটোৰ লগত আপুনি লিখা পাকঘৰৰ বিষয়সমূহ মই লিংক কৰিব পৰা নাই৷ পাৰিলে লিংক কৰি দিব৷ পাঠকে সন্মুখ পৃষ্ঠাৰ পাকঘৰত ক্লিক কৰিলেই তেতিয়া তাক বিচাৰি পাব৷

Anjal Borah ১২:২৭, ১৭ জুলাই ২০০৯ (UTC)

Hi Vkborah! Would you be so kind to help me translate part of this article into the wonderful Assamese language? It's listed as one of the articles every Wikipedia should have. Please. 3-4 lines would be enough. Thanks a lot.--Mer De Glace ১০:৩৫, ২০ নভেম্বৰ ২০০৯ (UTC)

ইউনিকোড[সম্পাদনা কৰক]

আপোনাৰ বাৰ্তা পাইছোঁ৷ ইউনিকোড সম্পৰ্কে কি ধৰণে সহায় কৰিব লাগে জনাব৷

Anjal Borah

ইউনিকোড[সম্পাদনা কৰক]

Recently Shiju Alex <shijualexonline@gmail.com> from Malayalam wikipedia contected me. He is eager to form a "physicl" Assamese wikipedia community. They have done this with Malayalam wikipedia and got it matured within 4 years. He plans to visit Assam by Dec. 2010 and wants to talk with at least 10 Assamese wikipedia's wel wishers/wikipedians. Asking me to arrange a meet. do anything.

For details, will you please contact Shiju and see if we can

Psneog ০৯:১৩, ১৪ নভেম্বৰ ২০১০ (UTC)

অসমীয়া টাইপিঙ[সম্পাদনা কৰক]

আপুনি আৰম্ভ কৰা প্লেটফৰ্ম কেনে আগ বাঢ়িছে ? চাইপাও ১৮:৪৫, ২১ ডিচেম্বৰ ২০১০ (UTC)

অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ স্বীকৃতি হিচাবে আমাৰ এই সামান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। আশাকৰো এইদৰেই অক্লান্ত ভাৱে আগলৈকো ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ থাকি অসমীয়া ভাষাৰ উন্নতি সাধনৰ চেষ্টা কৰি থাকিব।
অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:04, 15 আগষ্ট 2012 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Vkborah,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.