সদস্য বাৰ্তা:আশ্ৰাফুল হুছেইন
নমস্কাৰ, আশ্ৰাফুল হুছেইন
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
বৰঙণি[সম্পাদনা কৰক]
অসমীয়া ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়োৱাটো টান নহয়! আপোনাৰ প্ৰিয় বিষয় এটা বাছক, বিষয়টোৰ পৰা বিশ্বকোষত থাকিবলগীয়া ধৰণৰ প্ৰবন্ধ লিখক আৰু সুমুৱাই দিয়ক। ওপৰৰ বাৰ্তাটোত দিয়া ফে'চবুক গোটটোলৈ গৈ সহায় বিচাৰিব পাৰে। এই পৃষ্ঠাখনো পঢ়ি চাওক: "ৱিকিপিডিয়া:সৰল সহায়িকা। — গীতাৰ্থ বৰদলৈ (talk) 18:57, 23 ডিচেম্বৰ 2013 (UTC)