সদস্য বাৰ্তা:কংকণ তালুকদাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কবিতাৰ মানদণ্ড শীৰ্ষক লেখাটো 'ৱিকিপিডিয়া'ৰ প'লিচিৰ আধাৰত হোৱা নাই৷ ইয়াক এটা ব্যক্তিগত প্ৰবন্ধৰ ভিতৰতহে ৰাখিব পাৰি৷ অনুগ্ৰহ কৰি ইয়াক সলনি কৰক বা বিলোপ কৰক৷ অনুগ্ৰহ কৰি ৱিকিপিডিয়া:ৱিকিপিডিয়া নহয় কি এবাৰ পঢ়ি চাওক৷

Anjal Borah ০৬:২৬, ২২ আগষ্ট ২০১১ (UTC)

ৱিকিপিডিয়াত মোৰ কবিতাৰ ওপৰত এটা লেখা আছে । আঁতৰাব পৰা নাই । মই ৱিকিপিডিয়াত নতুন হয় । লেখাটো যদি re-post হৈ আছে দু:খিত । পাৰিলে কোনোবাই আঁতৰাই দিয়ে যেন ।

লেখাটো বিলোপনৰ বাবে সাজু কৰি ৰখা হৈছে । প্ৰশাসকে ব্যৱস্থা গ্ৰহণ কৰিব । Gitartha.bordoloi ০৫:৫৪, ১০ চেপ্তেম্বৰ ২০১১ (UTC)