সদস্য বাৰ্তা:ডঃচাদিকুল হুছেইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:02, 2 মাৰ্চ 2012 (UTC)


সহায়[সম্পাদনা কৰক]

মহাশয়, আপোনাৰ সহায় হবৰ বাবে জৈৱিক কৃষি পৃষ্ঠাটো তলৰ লিংকত সৃষ্টি কৰিলো| প্ৰবন্ধটো উন্নত কৰাৰ পাছত মূখ্য প্ৰবন্ধ শিতানলৈ আনিব পাৰিম| এই পৃষ্ঠাৰ সম্পাদনা শেষ হ’লে ফেচবুকতে জনাব পাৰিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:36, 16 জুন 2012 (UTC)

পদক[সম্পাদনা কৰক]

SpecialBarnstar.png বিশেষ বঁটা
জৈৱিক কৃষি, সেউজ সাৰ, হিউমাছ আৰু শেহতীয়াকৈ জীৱাণুসাৰ আদি কৃষি সম্পৰ্কীয় প্ৰবন্ধসমূহ অসমীয়া ৱিকিপিডিয়াৰ আপুনি দান কৰা কিছুমান অমূল্য সম্পদ। আপোনাৰ এই চেষ্টা বাৰুকৈয়ে প্ৰশংসনীয়। আপোনাকৰ কৰ্মক সন্মান জনোৱাৰ লগতে ভৱিষ্যতলৈকো অসমীয়া ৱিকিপিডিয়াৰ লগত এনেদৰেই জড়িত হৈ থাকিব বুলি আশাৰে সমূহ অসমীয়া ৱিকিপিডিয়ান সমাজৰ হৈ আপোনাক এই পদকটো প্ৰদান কৰিছো। আপোনালৈ অশেষ ধন্যবাদ সহকাৰে বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:21, 13 অক্টোবৰ 2012 (UTC)