সদস্য বাৰ্তা:ডঃচাদিকুল হুছেইন
নমস্কাৰ, ডঃচাদিকুল হুছেইন
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। ![]() ![]() |
![]() |
বিষ্ণু শইকীয়া বাৰ্তা 16:02, 2 মাৰ্চ 2012 (UTC)
সহায়[সম্পাদনা কৰক]
মহাশয়, আপোনাৰ সহায় হবৰ বাবে জৈৱিক কৃষি পৃষ্ঠাটো তলৰ লিংকত সৃষ্টি কৰিলো| প্ৰবন্ধটো উন্নত কৰাৰ পাছত মূখ্য প্ৰবন্ধ শিতানলৈ আনিব পাৰিম| এই পৃষ্ঠাৰ সম্পাদনা শেষ হ’লে ফেচবুকতে জনাব পাৰিব| বিষ্ণু শইকীয়া বাৰ্তা 18:36, 16 জুন 2012 (UTC)
পদক[সম্পাদনা কৰক]
![]() |
বিশেষ বঁটা | |
জৈৱিক কৃষি, সেউজ সাৰ, হিউমাছ আৰু শেহতীয়াকৈ জীৱাণুসাৰ আদি কৃষি সম্পৰ্কীয় প্ৰবন্ধসমূহ অসমীয়া ৱিকিপিডিয়াৰ আপুনি দান কৰা কিছুমান অমূল্য সম্পদ। আপোনাৰ এই চেষ্টা বাৰুকৈয়ে প্ৰশংসনীয়। আপোনাকৰ কৰ্মক সন্মান জনোৱাৰ লগতে ভৱিষ্যতলৈকো অসমীয়া ৱিকিপিডিয়াৰ লগত এনেদৰেই জড়িত হৈ থাকিব বুলি আশাৰে সমূহ অসমীয়া ৱিকিপিডিয়ান সমাজৰ হৈ আপোনাক এই পদকটো প্ৰদান কৰিছো। আপোনালৈ অশেষ ধন্যবাদ সহকাৰে বিষ্ণু শইকীয়া বাৰ্তা 15:21, 13 অক্টোবৰ 2012 (UTC) |