সদস্য বাৰ্তা:তুলতুল মিলি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সোণ হৰিণৰ চেঁকুৰ (গ্ৰন্থ)[সম্পাদনা কৰক]

শেহতীয়াকৈ আপুনি সৃষ্টি কৰা সোণ হৰিণৰ চেঁকুৰ নামৰ প্ৰবন্ধটোত আপোনাৰ অনুমতি অবিহনে সম্পাদনা কৰাৰ বাবে ক্ষমা বিচাৰিছোঁ৷ আপোনাৰ নামটো সৃষ্টিকাৰকত থাকি যাওক বুলি এনে কৰা হ’ল৷ এতিয়া আপুনি সোণ হৰিণৰ চেঁকুৰ (গ্ৰন্থ) নামৰ প্ৰবন্ধটোতহে সম্পাদনা কৰিব, সোণ হৰিণৰ চেঁকুৰত নালাগে৷ ধন্যবাদ৷ 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 10:04, 15 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]