সদস্য বাৰ্তা:দীপশিখা গগৈ হাজৰিকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

চাণক্য কুমাৰ দাস (talk) 08:50, 13 October 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এছিয়ান মাহলৈ আমন্ত্ৰণ[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহ দেখি, আপোনাক ৱিকিপিডিয়া এছিয়ান মাহ যোগদান কৰিবলৈ আমন্ত্ৰণ জনালোঁ!

ৱিকিপিডিয়া এছিয়ান মাহ হৈছে প্ৰতিবছৰে অনুষ্ঠিত এটি অনলাইন সম্পাদনামেলা (এডিট-এ-থন) বিশেষ, যাৰ লক্ষ্য হৈছে এছিয়াৰ বিভিন্ন ৱিকিপিডিয়া সম্প্ৰদায়সমূহৰ মাজৰ বুজাপৰা বৃদ্ধি কৰা। এই বছৰো অহা নৱেম্বৰ মাহত এই সম্পাদনামেলা অনুষ্ঠিত কৰি এছিয়াৰ যিকোনো দেশ সম্বন্ধীয় নিৱন্ধৰ সংখ্যা আৰু গুণমান বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰা হৈছে। বিগত বৰ্ষত এই মেলাৰ জৰিয়তে ৪৩ টা ভাষাত প্ৰায় ৭,০০০ তকৈও অধিক প্ৰবন্ধ লিখা হৈছিল।

ৱিকিপিডিয়াৰ এছিয়ান সম্প্ৰদায়সমূহৰ বন্ধুত্বৰ চিন স্বৰূপে, প্ৰৱন্ধৰ গুৰুত্বপূৰ্ণ বৈশিষ্টসমূহ পূৰণ কৰা কমেও চাৰিটা প্ৰবন্ধ সৃষ্টি কৰা প্ৰত্যেকজন যোগদানকাৰীকে বিশেষভাৱে সজোৱা এটিকৈ পোস্টকাৰ্ড প্ৰদান কৰা হ'ব।

আটাইতকৈ অধিক প্ৰৱন্ধ সৃষ্টি কৰা ৱিকিপিডিয়ানজনক "ৱিকিপিডিয়া এছীয় দূত" সন্মানেৰে বিভূষিত কৰা হ'ব।

ধন্যবাদ সহকাৰে! দিব্য দত্ত (বাৰ্তা) 17:23, 27 October 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]