সমললৈ যাওক

সদস্য বাৰ্তা:পৰিক্ষীত কোঁৱৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 4 বছৰৰ পূৰ্বে by পৰিক্ষীত কোঁৱৰ in topic আদ্ৰতা

আদ্ৰতা

[সম্পাদনা কৰক]

অসমীয়া ৱিকিলৈ আপোনাক সাদৰৰে স্বাগতম! আপোনাৰ আগ্ৰহ আৰু চেষ্টাৰ শলাগ লৈছো। আপুনি আৰম্ভ কৰা আদ্ৰতা শীৰ্ষক প্ৰবন্ধটো ইংৰাজী ৱিকিপিডিয়াত যথেষ্ট তথ্য সমৃদ্ধ ৰূপত আছে। এনে প্ৰবন্ধবোৰ লিখোঁতে সাধাৰণতে অসমীয়া ৱিকিত লেখকৰ মৌলিকতাত কৈ ইংৰাজী ৱিকিৰ প্ৰবন্ধক বেচিকৈ অনুকৰণ কৰা হয়। সেয়ে ইংৰাজী ৱিকিৰ Humidity শীৰ্ষক প্ৰবন্ধটোত চকু ফুৰাবলৈ অনুৰোধ জনালোঁ। শুভেচ্ছাৰে -Nayan j Nath (বাৰ্তা) 17:34, 5 July 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ ।-পৰিক্ষীত কোঁৱৰ (বাৰ্তা) 01:12, 6 July 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক