সদস্য বাৰ্তা:মৃদুল চন্দ্ৰ শৰ্মা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 10:41, 24 August 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰবন্ধ লিখা সম্পৰ্কে[সম্পাদনা কৰক]

নমস্কাৰ, শেহতীয়াকৈ আপুনি ৰেচম সম্পৰ্কীয় সংশোধনৰ বাবে সম্পাদনা কৰা দেখি আনন্দিত। কিন্তু ৱিকিপিডিয়াত কোনো ব্যক্তিগত ব্লগ বা ফেইচবুক পেজৰ লিংক তথ্য হিচাপে গ্ৰহণ কৰা নহয়। এয়া প্ৰচাৰমূলক বিষয় হিচাপেহে গণ্য কৰা হয়। ইয়াৰোপৰি তথ্য মূলকভাৱে নিৰপেক্ষ দৃষ্টিভংগীৰে লিখা বাক্য আদিহে গ্ৰহণযোগ্য। গৱেষণামূলক মৌলিক প্ৰবন্ধ গ্ৰহণযোগ্য নহয়। -Nayan j Nath (বাৰ্তা) 11:06, 24 August 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • M.C. Sarmah et al (2013) Ericulture a comprehensive profile. Published by Director, Department of Sericulture BTC Kokrajhar, Assam.
  • ড° মৃদুল চন্দ্ৰ শৰ্মা (২০২১) অসমৰ ৰেচম শিল্প: এক বিস্তাৰিত পৰ্যালোচনা । কিতাপ 'হেংদাং' । সম্পাদনা: শ্ৰী মুকুট শৰ্মা। প্ৰকাশক : বীৰ লাচিত সেনা, অসম।

-[সদস্য:মৃদুল চন্দ্ৰ শৰ্মা|মৃদুল চন্দ্ৰ শৰ্মা] (বাৰ্তা) 15:58, 24 August 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

উদগণি বঁটা[সম্পাদনা কৰক]

উদগণি পদক
দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত ব্যস্ত থকাৰ পিছতো সময় উলিয়াই অসমীয়া ৱিকিপিডিয়াৰ বাবে বৰঙণি আগবঢ়োৱাৰ আগ্ৰহৰ বাবে আপোনালৈ এই বিশেষ উদগণি পদক এটি আগবঢ়ালো। আশাকৰোঁ ভবিষ্যতলৈ আপুনি এগৰাকী অধিক সক্ৰিয় ৱিকিপিডিয়ান হৈ উঠিব।-অসমীয়া ৱিকিমিডিয়া সমাজ

ধন্যবাদ জ্ঞাপন কৰিলো মৃদুল চন্দ্ৰ শৰ্মা (বাৰ্তা) 15:40, 9 September 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]