সদস্য বাৰ্তা:সংবাদ প্ৰহৰী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

-অজয় দাস (বাৰ্তা) 06:22, 20 October 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

লিখাৰ ধৰণ[সম্পাদনা কৰক]

পোনপ্ৰথমে ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ধন্যবাদ। নিৰ্দিষ্ট দিন সমূহৰ পৃষ্ঠা সমূহৰ এটা format আছে। আপুনি এই পৃষ্ঠা খন চাবচোন, ১ জানুৱাৰী। তেনে ফৰমেট follow কৰিলে পৃষ্ঠাবোৰ আৰু বেছি ধুনীয়া লাগে। লগতে আন আন ভাষাৰ পৃষ্ঠা সমূহৰ পৰাও আভাষ লব পাৰি। শুভেচ্ছাৰে -অজয় দাস (বাৰ্তা) 06:22, 20 October 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শেহতীয়া সম্পাদনা[সম্পাদনা কৰক]

নমস্কাৰ। অসমীয়া ৱিকিপিডিয়া সমৃদ্ধ কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ধন্যবাদ। আপুনি চাগে মোৰ আগৰ বাৰ্তা দেখা নাপালে। অসমীয়াত তাৰিখ লিখা ধৰণ মতে "২৩ নৱেম্বৰ" বুলি লিখা হয়, "নৱেম্বৰ ২৩" নহয়। আৰু এটা কথা ৱিকিপিডিয়াত প্ৰবন্ধবোৰৰ কিছুমান নিৰ্দিষ্ট সজ্জা আছে। কেৱল বাতৰিৰ বাবে ৱিকিপিডিয়া নহয়, তাৰ বাবে ৱিকিসংবাদ আছে। গতিকে দিন সমূহৰ প্ৰবন্ধত বিভিন্ন ঘটনাৰাজিৰ উপৰিও আন বহুত তথ্য থাকিব পাৰে। উদাহৰণ হিচাপে ১ জানুৱাৰী পৃষ্ঠা খন বা আন ভাষাত থকা পৃষ্ঠা চাব পাৰে। কিবা অসুবিধা পালে সুধিব। শুভেচ্ছাৰে -অজয় দাস (বাৰ্তা) 04:40, 23 November 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.