সদস্য বাৰ্তা:ৰক্তিম শৰ্মা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

-অজয় দাস (বাৰ্তা) 16:50, 29 June 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শেহতীয়া সম্পাদনা[সম্পাদনা কৰক]

পোনপ্ৰথমে ৱিকিপিডিয়া সমৃদ্ধ কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ধন্যবাদ। শেহতীয়াকৈ আপুনি দুখনমান পৃষ্ঠা সৃষ্টি কৰিলে। আচলতে ৱিকিপিডিয়াত লিখকৰ মৌলিক সৃষ্টি সমূহৰ পৃষ্ঠা সৃষ্টি কৰা নহয়। গতিকে কবিতা, গল্প আদিৰ পৃষ্ঠা সৃষ্টি নকৰিব। শুভেচ্ছাৰে...-অজয় দাস (বাৰ্তা) 16:50, 29 June 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]