সদস্য বাৰ্তা:/আকাশ প্ৰিয়ম

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

মই আকাশ প্ৰিয়ম হিচাপে নিজক আসমীয়া সাহিত্যত চিনাকি দিয়াৰ লগতে এই কম বয়সতে সাংবাদিকতালৈ যি অৱদান আগবঢ়াইছো, সেইখিনি তথ্য সংৰক্ষণৰ বাবে এই পৃষ্ঠাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰো। এই পৃষ্ঠা মই নিজে সৃষ্টি কৰিছও আৰু সময়ে সময়ে সঠিক তথ্যৰে নিজেই সম্পাদনা কৰি থাকিম। অৱশ্যে মোৰ বাহিৰেও অন্য সদস্যই প্ৰয়োজনত সম্পাদনা কৰা উচ্চিত। সেইবাবে আকাশ প্ৰিয়ম পৃষ্ঠাটো বিলোপন প্ৰত্যাহ্বান জনালোঁ। -আকাশ প্ৰিয়ম, ২৭ নবেম্বৰ।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

আপোনাৰ আকাশ প্ৰিয়ম নামৰ পৃষ্ঠাটোত সন্নিবিষ্ট তথ্য খিনিৰ সত্যতা প্ৰমান কৰিবলৈ তাৰ লগত তথ্য সূত্ৰ দিয়া প্ৰয়োজন। এনে তথ্য কোনো নিৰ্ভৰযোগ্য ৱেব পেজৰ লিংক বা কোনো কিতাপৰ নাম, পৃষ্ঠা, প্ৰকাশক, চন আদি হব পাৰে। গতিকে আপোনাৰ উক্ত পৃষ্ঠাটোত তথ্য সূত্ৰ সংলগ্ন কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। দিব্য দত্ত (talk) 15:17, 28 নৱেম্বৰ 2014 (UTC)

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

তথ্য হিচাপে মই লাভ কৰা সফলতাসমূহৰ কেতবোৰ প্ৰকাশিত বাতৰি অথবা ফটো অথবা পুৰষ্কাৰ সমূহৰ প্ৰমাণ পত্ৰৰ স্কেন কপি উদ্ধৃতি হিচাপে আপলোড কৰিব পাৰো। কিন্তু উইকিপিডিয়াৰ সম্পাদনাৰ ক্ষেত্ৰত মোৰ অজ্ঞতাৰ বাবে মই সেইবোৰ আপলোড কতৰিব পৰা নাই। বেলেগ ৱেবচাইদৰ লিংক সংযোগ কৰিব পৰা নাযাব এই তথ্যখিনিৰ ক্ষেত্ৰত। প্ৰকাশিত তথ্যসমূহ স্কেন কৰি আপলোড কৰিবহে পৰা যাব। যদি সদাশয় অভিজ্ঞ সম্পাদকে দিক্ নিৰ্ণয় কৰি দেখুৱায়, সুখি হম। -আকাশ প্ৰিয়ম, ১ ডিচেম্বৰ, ২০১৪