সদস্য বাৰ্তা:Abazizfahad

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাংলা ভাষাত সাঁচ পৃষ্ঠা সৃষ্টি[সম্পাদনা কৰক]

নমস্কাৰ, অসমীয়া ৱিকিপিডিয়াত সম্পাদনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। কিন্তু আপুনি বাংলা ভাষাত কিছুমান সাঁচ পৃষ্ঠা সৃষ্টি কৰিছে। সেয়া কৰাৰ কোনো প্ৰয়োজন নাই। সাঁচ পৃষ্ঠাবোৰ ইংৰাজীতে থাকিলেহে সকলোৰে সুবিধা হয়। ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 12:44, 10 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]