সদস্য বাৰ্তা:Anjal2019
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 1 বছৰৰ পূৰ্বে by JyotiPN in topic ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৪
ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৪
[সম্পাদনা কৰক]প্ৰিয় বৰা,
ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৪ প্ৰতিযোগিতাখনিত আপোনাক অংশগ্ৰহণকাৰী ৰূপে দেখি আনন্দিত হ'লোঁ। প্ৰতিযোগিতা শেষ হবলৈ মাজত মাত্ৰ দুটা দিন বাকী। আশাকৰোঁ এই দুদিনত এটি/দুটি প্ৰৱন্ধ লেখি প্ৰতিযোগিতাখনিলৈ আপোনাৰ বৰঙণি আগবঢ়াব।