সদস্য বাৰ্তা:Ankur Jyoti Dewri

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰবন্ধ[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি কোনো বিষয়ৰ পৃষ্ঠা সৃষ্টি কৰোঁতে অন্ততঃ এটা পৰিচ্ছেদ লিখিব যাতে সেয়া "বিশ্বকোষ"ৰ উপযোগী হয়। এটা শাৰীৰ অৰ্থ লিখিলে সেয়া অভিধানৰ নিচিনাহে হয়। আপুনি সৃষ্টি কৰা পৃষ্ঠাকেইটা সদ্যহৰে মচি পেলোৱা হৈছে। কিবা সুধিব লগা থাকিলে ইয়াতে মোৰ বাৰ্তা পৃষ্ঠালৈ গৈ লিখিব। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 06:11, 4 March 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰৱন্ধ সংযোজন[সম্পাদনা কৰক]

ইতিমধ্যে উল্লিখিত ধৰণে, অসমীয়া ৱিকিপিডিয়া যিহেতুকে অতিকে অপৈণত অৱস্থাত আছে, গতিকে, আমি কিদৰে ইয়াত আগতে নথকা বিবিধ বিষয়ৰ ওপৰত প্ৰৱন্ধ আদি সংযোজন প্ৰক্ৰিয়াটো আমাৰ দৰে নৱচামৰ ওচৰত জনপ্ৰিয় কৰি তুলি, এই "কোষ" লৈ অৱদান আগবঢ়াব পাৰি, সেই সম্বন্ধে কিছু জনাব পাৰিব নেকি ? Ankur Jyoti Dewri (talk) 14:45, 4 March 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]