সদস্য বাৰ্তা:Atanu Deka

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

তথ্যসূত্ৰ[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ আগবাঢ়ি অহাৰ বাবে ধন্যবাদ। পাছে ইয়াত লিখাৰ কেইটামান নিয়ম আছে। তাৰে এটা মূল নিয়ম হৈছে তথ্যসূত্ৰ বা ৰেফাৰেন্স দিয়া। ৰেফাৰেন্স নিদিলে প্ৰবন্ধ একোটা বিশ্বাসযোগ্য হৈ নুঠে। আন ঠাইৰ পৰা পোনে পোনে প্ৰতিলিপি কৰিলেও বেয়া। তথ্যসূত্ৰ দিবলৈ নিৰ্দিষ্ট শাৰীটোৰ পাছত <ref>কিতাপ বা ৱেবছাইট, লেখক, প্ৰকাশক, পৃষ্ঠা</ref> এইবোৰ তথ্য লিখি প্ৰবন্ধটোৰ তলত ==তথ্য সংগ্ৰহ== {{Reflist}} এনেকৈ দিব। — গীতাৰ্থ বৰদলৈ (talk) 06:57, 19 February 2019 (ইউ.টি.চি.)