সদস্য বাৰ্তা:Bikashnlp
নমস্কাৰ, Bikashnlp
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
(Bishnu Saikia) বিষ্ণু শইকীয়া 15:16, 6 জানুৱাৰী 2012 (UTC)
ঢকুৱাখানা নে ঢকুৱাখনা
[সম্পাদনা কৰক]প্ৰিয় বিকাশ, তোমাৰা "ঢকুৱাখানা" প্ৰৱন্ধটো দেখিলো। আচলতে ঢকুৱাখনা শুদ্ধ নে ঢকুৱাখানা? মই যিমানদূৰ জানো ঢকুৱাখনাটোহে শুদ্ধ। মোৰ মনত পৰে, শ্ৰদ্ধেয় হোমেন বৰগোহাঞি দেৱৰ এটা লেখাত তেখেতে "ঢকুৱাখনা" বানানটোহে শুদ্ধ বুলি উল্লেখ কৰিছিল। তুমি নিশ্চিত হৈ ল'বাচোন।
Pranab Jyot Bhuyan
প্ৰণৱদা, আচলতে ঢকুৱাখনা বানানটোহে শুদ্ধ। শুদ্ধ কৰি দিয়াৰ কাৰণে ধন্যবাদ। আপোনাৰ পৰা আগলৈ এনেকুৱা পৰামৰ্শ পাই থাকিম বুলি আশা ৰাখিলোঁ। প্ৰণৱ দা, মই ঢকুৱাখনা বানানটো শুদ্ধ কৰিলো, কিন্তু শিৰোনামাটো শুদ্ধ কাৰিব পৰা নাই । আপুনি চাবচোন।
বিকাশ শৰ্মা
ৱিকিত দুখন পৃষ্ঠা আছে| ঢকুৱাখনা আৰু ঢকুৱা্খানা| প্ৰথমটো দ্বিতীয়টোলৈ redirect কৰা আছে| যদি ঢকুৱাখনা শুদ্ধ হয় ঢকুৱাখনা লিখা খিনি ইয়ালৈ আনি ঢকুৱা্খানাক ঢকুৱাখনালৈ redirect কৰিব লাগে| মই জনাতো ঢকুৱাখনাই| দীপাংকৰ চেতিয়া 17:03, 7 জানুৱাৰী 2012 (UTC)
ধন্যবাদ, দীপাংকৰ দা... বিকাশ
প্ৰিয় বিকাশ আৰু দীপাংকৰ, তোমালোকলৈ ধন্যবাদ থাকিল। "ঢকুৱাখনা" এতিয়া শুধৰণি হ'ল। তোমালোক দুয়ো ৱিকিপিডিয়াত কৰা কামবোৰ দেখি খুব ভাল লাগিছে। তোমালোক দুয়ো পদাৰ্থবিজ্ঞানৰ ছাত্ৰ হিচাপে ৱিকিপিডিয়াত পদাৰ্থবিজ্ঞান বিভাগটোত বিষয় যোগ আৰু অনুবাদ কৰিবা, মইও মাজে মাজে অলপ অচৰপ কৰিবলৈ চেষ্টা কৰি আছো। বিকাশ, তুমি আজি যোগ কৰা আপেক্ষিকতাবাদৰ প্ৰৱন্ধটোত "বিশেষ" বানানটো "বিশেশ" হিচাপে ভুলকৈ অন্তৰ্ভুক্ত হোৱা যেন লাগিল। চাবাচোন। Pranab Jyot Bhuyan প্ৰণৱদা মই এতিয়া দেখিছো ভুলটো । বিকাশ
আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1
[সম্পাদনা কৰক]তোমাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰা| দীপাংকৰ 09:30, 23 জানুৱাৰী 2012 (UTC)
ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প
[সম্পাদনা কৰক]বিকাশ এইখন চাবাচোন, যোগদান কৰিবা, লগতে কিবা সাল-সলনি কৰিব লগা হ’লেও কৰিবা |
ৱিকিপিডিয়া:ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প
দীপাংকৰ চেতিয়া বাৰ্তা 19:03, 7 ফেব্ৰুৱাৰী 2012 (UTC)
উপহাৰ
[সম্পাদনা কৰক]The Working Man's Barnstar | |
বন্ধুবৰ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC) |
ধন্যবাদ--- বিকাশ শৰ্মা 14:32, 16 মাৰ্চ 2012 (UTC)
অৰ্ধপৰিবাহী
[সম্পাদনা কৰক]বিকাশ, আপোনাৰ অৰ্ধপৰিবাহী প্ৰবন্ধটো ৱিকিপিডিয়াৰ প্ৰবন্ধ প্ৰতিযোগিতাৰ বাবে সৃষ্টি কৰিছে নেকি? Jyoti Prakash Nath (talk) 05:54, 26 মে' 2012 (UTC)
নহয়। মই প্ৰবন্ধটো প্ৰতিযোগিতাৰ কাৰণে সৃষ্টি কৰা নাই। বিকাশ শৰ্মা (talk) 16:21, 27 মে' 2012 (UTC)
শব্দ
[সম্পাদনা কৰক]বিকাশ শব্দ ভাল হৈছে, শেষ কৰি পেলোৱা , মই কালিৰ পৰা কামত ধৰিছো, পদাৰ্থ বিজ্ঞানত হাত দিয়াই নাই, নতুন আৰম্ভ নকৰো পুৰণি আতাই খিনি শেষ কৰি লওঁ বুলি ভাবিচো, নহ’লে পোখালি বাঢ়ি গৈছে, তুমিও তাকে কৰা, কৌশিকেও কাম আৰম্ভ কৰিব সোণকালে, প্ৰণৱ দাইও জুনৰ পৰা কৰিব, পদাৰ্থ বিজ্ঞান প্ৰকল্পৰ সকলো প্ৰৱন্ধ সম্পূৰ্ণ কৈ অনুবাদ কৰিব পাৰিলে ভাল হ’ব। দীপাংকৰ চেতিয়া বাৰ্তা 17:15, 30 মে' 2012 (UTC)
ধন্যবাদ দীপাংকৰদা। মই কামত লাগিছো। যিমান পাৰোঁ সময় দিম বুলি ভাবিছো। বিকাশবাৰ্তা 9:10, 31 মে' 2012 (UTC)
২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান
[সম্পাদনা কৰক]প্ৰিয় Bikashnlp,
২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।
ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।
প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
[সম্পাদনা কৰক]Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.