সমললৈ যাওক

সদস্য বাৰ্তা:Bipul Kr. Dihingia

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিজৰ বিষয়ে লিখা[সম্পাদনা কৰক]

নমস্কাৰ, অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ আগ্ৰহ প্ৰকাশ কৰা বাবে ধন্যবাদ। কিন্তু ৱিকিপিডিয়াৰ নিয়ম অনুসৰি ইয়াত নিজৰ তথা আপোনজনৰ বিষয়ে লিখা অনুচিত তথা নীতিবিৰুদ্ধ। সেয়ে আপোনাৰ শেহতীয়া সম্পাদনা বাতিল কৰা হ’ল। আশাকৰোঁ নিজৰ তথা নিজৰ আপোনজনৰ বাদে উপযুক্ত তথ্য-সূত্ৰসহিতে অন্য গুৰুত্বপূৰ্ণ তথ্যৰে আপুনি ৱিকিপিডিয়াক সমৃদ্ধ কৰিব। ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 15:03, 18 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]