সদস্য বাৰ্তা:Bolin Borgohain

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

-অজয় দাস (বাৰ্তা) 13:10, 22 November 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শাৰীৰিক অক্ষমতাক ও নেওঁচি জয়ী হোৱা বিখ্যাত লোক সকল -- ১। সুধা চন্দন (Sudha Chandran) সুধা চন্দনক মানৱ সভ্যতাৰ ইতিহাসত এক সোণালী আৰু বিৰল নিদৰ্শন বুলি কোৱা হ'য় । তেঁওৰ জন্ম হৈছিল চেন্নাইৰ এটা পৰিয়ালত । ১৯৮১ চনত তেঁও মোম্বাইৰ মিঠিভাই কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । তেঁওক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এগৰাকী প্ৰতিভাৱান ছাত্ৰীৰুপে জনা গৈছিল, যদিও তেঁও অন্যান্য বিষয়তও প্ৰসংশা বুটলিবলৈ সক্ষম হৈছিল । কিন্ত এদিন তেঁও মুম্বাইৰ পৰা চেন্নাইলৈ ওভটি অহাৰ পথত দুৰ্ঘটনাবশত তেঁওৰ সোঁভৰি হেৰুৱাব লগীয়া হ'য়। কিছুদিনৰ সফল পৰিচৰ্যাৰ পাছত তেঁওক এটা কৃত্ৰিম ভৰি সংস্থাপিত কৰোৱা হয়,তাৰ পিছত তেঁও নিজৰ আত্মবলেৰে বিভিন্ন কলা-কৌশল আয়ত্ব কৰিবলৈ লয় যিবিলাক আছিল শাৰীৰিক অক্ষম লোকসকলৰ সৰ্ম্পুণ বিপৰীত, তেওৰ এটা উল্লেখনীয় সাফল্য আছিল যে তেঁও নিজৰ শাৰীৰিক অক্ষমতাক ও নেওঁচি ভাৰতৰ সাংস্কিতিক জগতত এক অনন্য প্ৰতিভাৰ নৃত্যাঙ্গনা ৰুপে খ্যাতি লাভ কৰা । তেঁও বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা তেঁওৰ নৃত্য প্ৰৰ্দশন কাৰণে আমন্ত্ৰনো পাইছিল ।

কৰ্মজীৱন - সুধা চন্দনে তেঁওৰ কৰ্মজীৱনৰ পাতনি মেলে তেলেগু চলছিত্ৰ "ময়ুৰী"ৰ জৰিয়তে যিখন তেঁওৰ আত্মজীৱনৰ ওপৰত আধাৰিত আছিল, পাছলৈ চলছিত্ৰখনি তামিল আৰু মালায়ালম ভাষালৈও অনুদিত হৈছিল। চিনেমাখন হিন্দীত পুনৰ নিৰ্মিত হৈছিল "নাছে ময়ুৰী" নামেৰে। তেঁওক উক্ত চলছিত্ৰখনিৰ কাৰণে ১৯৮৬ চনত বিশেষ জুৰী বঁটা ৰুপে ভাৰতীয় চলছিত্ৰ মহোৎসৱত সন্মানিত ও কৰা হৈছিল।

--Bolin Borgohain (talk) 04:12, 22 November 2017 (ইউ.টি.চি.)বলিন বৰগোহাই[উত্তৰ দিয়ক]

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Bolin Borgohain,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.