সদস্য বাৰ্তা:Debeswar Chetia
অৱয়ব
নমস্কাৰ, Debeswar Chetia
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
প্ৰাকৃতিক সম্পদ
[সম্পাদনা কৰক]প্ৰাকৃতিক সম্পদবোৰ কি কি? ইয়াৰ উৎস সমূহ কি কি? Debeswar Chetia (বাৰ্তা) 14:31, 28 November 2021 (ইউ.টি.চি.)
- সুন্দৰ বিষয়বস্ত নিৰ্বাচন কৰিছে। এই বিষয়ে অসমীয়া ৱিকিপিডিয়াত অতি সোনকালে লিখিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ আৰু শুভেচ্ছাৰে।---Chandan Chiring Phukon Chat 15:26, 28 November 2021 (ইউ.টি.চি.)