সদস্য বাৰ্তা:Deepjyoti762

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিষ্ণু শইকীয়া 17:52, 2 এপ্ৰিল 2013 (UTC)

গল্প আৰু প্ৰবন্ধ[সম্পাদনা কৰক]

দ্বীপজ্যোতি ডাঙৰীয়া, ৱিকিপিডিয়া গল্প লিখাৰ স্থান নহয়। এইখন এখন বিশ্বকোষ; গতিকে ইয়াত বিশ্বকোষত থাকিবলগীয়া বিষয়ৰ প্ৰবন্ধহে লিখা হয়। তলৰ পৃষ্ঠা দুখন পঢ়ি আপুনি অলপ সহায় পাব বুলি আশা কৰিলোঁ।

— গীতাৰ্থ বৰদলৈ (talk) 05:38, 3 এপ্ৰিল 2013 (UTC)