সদস্য বাৰ্তা:Dewdhai

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

-தமிழ்க்குரிசில் (talk) 14:36, 10 October 2015 (UTC)

অতি চমু প্ৰৱন্ধ[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়ালৈ আপুনি আগবঢ়োৱা বৰঙণিৰ বাবে ধন্যবাদ। আপুনি সৃষ্টি কৰা অসম-পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান নামৰ প্ৰৱন্ধটোত প্ৰতিষ্ঠানটোৰ বিষয়ে কমেও এটা দফা যোগ কৰক। এই বিষয়ে কোনো সহায়ৰ প্ৰয়োজন হ'লে আপুনি আমাৰ যিকোনো সদস্যৰ সৈতে ফেচবুকৰ 👍Assamese Wikipedia Community গোটত যোগাযোগ কৰিব পাৰে অথবা chandan.official7@gmail.com-ত ইমেইল পঠিয়াব পাৰে। --চন্দন চিৰিং ফুকন (talk) 15:46, 26 August 2018 (ইউ.টি.চি.)