সদস্য বাৰ্তা:Donvikro
Jump to navigation
Jump to search
নমস্কাৰ, Donvikro
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। ![]() ![]() ![]() ![]() ![]() |
![]() |
বিষ্ণু বাৰ্তা 17:57, 1 মে' 2012 (UTC)
ফটোগ্ৰাফাৰৰ পদক[সম্পাদনা কৰক]
![]() |
ফটোগ্ৰাফাৰৰ পদক | |
বন্ধুবৰ, ৱিকিপিডিয়ালৈ দিয়া আপোনাৰ অমূল্য ফটোসমূহৰ মূল্য দিবলৈ আমাৰ ওচৰত একো নাই। গতিকে এই সামান্য সন্মান আগবঢ়ালোঁ। -- প্ৰভাকৰ শৰ্মা নেওগ (talk) 00:34, 28 আগষ্ট 2012 (UTC) |