সমললৈ যাওক

সদস্য বাৰ্তা:Gitartha.bordoloi/গুৱাহাটী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা


প্রবন্ধটোত ইমান ডাঙৰ ডাঙৰ ফটোৰ কি প্রয়োজন আছে যদি ফটোত ক্লিক কৰিলেই আচল ফটোথন চাব পাৰি? লিখকসকলে আংগিকৰ প্রতিও নজৰ দিয়ক। প্রভাকৰ শৰ্মা নেওগ (talk) 05:18, 23 এপ্ৰিল 2012 (UTC)


প্ৰয়োজন আছে| পেনোৰমা ফটো বাবেই তেনেকৈ ৰখা হৈছে| তাতোকৈ দৰকাৰী আৰু বিষয় হৈছে ইয়াৰ তথ্যসমূহ, ফটোখন নগন্য বিষয়, প্ৰবন্ধটোৱেইচোন অসমীয়াত লিখা হোৱা নাই এতিয়ালৈ|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:57, 23 এপ্ৰিল 2012 (UTC)
ময়ো ইমান ডাঙৰ ডাঙৰ দুখনকৈ ফটো প্ৰৱন্ধটোৰ মাজভাগত সংযোগ কৰাৰ পক্ষপাতী নহয়। দেখিবলৈ বেয়া লাগে, পঢ়িবলৈও আমনি হয়। লাগিলে প্ৰৱন্ধটোৰ শেষত দিয়ক।

বাবুল বৈশ্য 02:59, 10 অক্টোবৰ 2012 (UTC)

ভাৰতৰ দ্ৰুতগতিত বৰ্দ্ধিত নগৰ

[সম্পাদনা কৰক]

গুৱাহাটী ভাৰতৰ দ্ৰুতগতিত বৰ্দ্ধিত ৫ম নগৰ নহয়। বিশদ বিৱৰণৰ বাবে এই লিংকটো চাওক- http://zeenews.india.com/business/photogallery/indias-fastest-growing-cities_229.html বাবুল বৈশ্য 02:50, 10 অক্টোবৰ 2012 (UTC)