সমললৈ যাওক

সদস্য বাৰ্তা:Gitartha.bordoloi/cover3

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়ানৰ হাতপুথি খন আঁতৰাই, নিৰ্বাচিত ছবিখন ওপৰৰ দুয়োটা কলমৰ মুঠ প্ৰস্থৰ সমান বহল কৰিও দিলেও বেয়া নহ’ব, লগতে ছবিখনৰ সৰু বৰ্ণনা এটা (দুশাৰী বা এশাৰী) দীপাংকৰ চেতিয়া বাৰ্তা 17:56, 31 মাৰ্চ 2012 (UTC)

এইখনেই ভাল হৈছে| মোৰ দৃষ্টিত| বাকীসকলে কি কয় সুধি চোৱাচোন এবাৰ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:44, 31 মাৰ্চ 2012 (UTC)
দীপাংকৰ, ছবিখন বহল কৰি দিলে সমানে দীঘলো হ'ব। ইমান ডাঙৰ হ'লে বেয়া দেখায়। পেন'ৰামা ছবি হ'লে বেলেগ কথা। আনহাতে এতিয়াৰ আকাৰৰখন তলত সোঁমাজত থ'লেও কাষৰ ঠাইবোৰ খালী থাকে। — গীতাৰ্থ বৰদলৈ (talk)

সদস্য:Gitartha.bordoloi/cover3ৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক