সদস্য বাৰ্তা:JBDVIJASDVI/নজনাৰ গলগ্ৰহ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

একত্ৰীকৰণ প্ৰস্তাৱ[সম্পাদনা কৰক]

ইংৰাজী ৱিকিপিডিয়াত "Argument from ignorance" প্ৰবন্ধটো "Argument from Personal Incredulity" পৰা পুনৰ্নিৰ্দেশ কৰি থোৱা আছে (চাওক) | ইয়াৰ ওপৰি ৱিকিডাটা ভূক্তিত হোজাৰ সত্যনিষ্ঠা প্ৰবন্ধটো ইং ৱিকিৰ Argument from ignorance প্ৰবন্ধটোৰে সাঙোৰ খাই আছে| বিষ্ণু শইকীয়া 10:51, 5 ছেপ্টেম্বৰ 2014 (UTC)