সদস্য বাৰ্তা:Jmgogoi99

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

@Jmgogoi99:, কবিতা শীৰ্ষক প্ৰবন্ধটোত আপোনাৰ নিজা ব্লগৰ লিংক এটা দিয়া দেখা গ’ল। অনুগ্ৰহ কৰি এনে কাম নকৰিব। এনে ধৰণৰ কামক ধ্বংসপ্ৰৱণতামূলক কাম বুলিও গণ্য কৰা হ’ব পাৰে। অনুগ্ৰহ কৰি ৱিকিপিডিয়া কি নহয় শীৰ্ষক পৃষ্ঠাটো পঢ়ক। বাবুল বৈশ্য (বাৰ্তা) 14:24, 18 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মোৰ নাজানি হোৱা ক্ৰুতিৰ বাবে মই ক্ষমা প্ৰাৰ্থী, পুনৰ এনে কাৰ্য নহয় | আপুনি আঙুলীয়াই দিয়া বাবে ধন্যবাদ | Jmgogoi99 (বাৰ্তা) 14:30, 18 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]