সদস্য বাৰ্তা:KalitaEdits
নমস্কাৰ, KalitaEdits
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
|
প্রভাকৰ শৰ্মা নেওগ (talk) 16:45, 7 এপ্ৰিল 2014 (UTC)
ভৌগোলিক স্থানাঙ্ক প্ৰণালী, জনসংখ্যা
[সম্পাদনা কৰক]মাত্ৰ এক বা দুই শাৰীৰ প্ৰবন্ধ ৱিকিপিডিয়াত গ্ৰহণযোগ্য নহয়। আপুনি প্ৰবন্ধদুটা বিস্তাৰ কৰি লিখা প্ৰয়োজন। ইংৰাজী ৱিকিপিডিয়াৰ সংশ্লীষ্ট প্ৰবন্ধ দুটাও অনুবাদ কৰিব পাৰে, প্ৰথমতে মাত্ৰ প্ৰথম অংশ অনুবাদ কৰিলেই হ'ল।
প্রভাকৰ শৰ্মা নেওগ (talk) 09:51, 8 এপ্ৰিল 2014 (UTC)
প্ৰবন্ধ
[সম্পাদনা কৰক]অসমীয়া ৱিকিপিডিয়াত দুটামান নতুন পৃষ্ঠা সৃষ্টি কৰাৰ বাবে ধন্যবাদ। কিন্তু অনুগ্ৰহ কৰি অন্ততঃ এটাকৈ পৰিচ্ছেদ লিখিবলৈ চেষ্টা কৰিব। এশাৰী-দুশাৰীৰ পৃষ্ঠা অসমীয়া ৱিকিপিডিয়াত সমৰ্থন কৰা নহয়। — গীতাৰ্থ বৰদলৈ (talk) 09:52, 8 এপ্ৰিল 2014 (UTC)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
[সম্পাদনা কৰক]Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.