সদস্য বাৰ্তা:Mishra Kumar Sarma

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

দীপাংকৰ চেতিয়া বাৰ্তা 13:06, 23 জুলাই 2012 (UTC)

ব্যৱহাৰকাৰী পৃষ্ঠা আৰু সাধাৰণ প্ৰৱন্ধৰ পষ্ঠা[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম, আপুনি আপোনাৰ সদস্য পৃষ্ঠাটি মিশ্র কুমাৰ শর্মা হিচাপে সৃষ্টি কৰিছে, পিছে এইটো সদস্য:Mishra Kumar Sarma হিচাপেহে সৃষ্টি কৰাতো উচিত, User_page এইখন চাব পাৰে, কিবা সহায় লাগিলে ক’ব, পাৰিলে সহায় কৰিম | দীপাংকৰ চেতিয়া বাৰ্তা 13:06, 23 জুলাই 2012 (UTC)

আপোনাৰ দুনী পৃষ্ঠা খন ম‍ই সম্পাদনা কৰা নাই, ম‍ই আপোনাৰ মিশ্র কুমাৰ শর্মা পৃষ্ঠা খনৰ বিষয়েহে কৈছেলো, তাৰোপৰি দুনী পৃষ্ঠা খনত আপুনি ৱিকিৰ নিয়ম বহিৰ্ভূত ভাবে কিছুমান কথা লিখিছিল, সেয়ে সেইখিন সম্পাদনা কৰিব লগা হ’ল, ৱিকিপিডিয়াৰ কোনো এখন পৃষ্ঠাই কেৱল মাত্ৰ সৃষ্টিকৰ্তা জনৰ নহয়, ভুলৰ শুধৰণি আৰু নতুন তথ্য যোগ আন যি কোনো সদস্যই যিকোনো সময়ত কৰিব পাৰে, আপুনি অনুগ্ৰহ কৰি আপুনি ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয় পঢ়ি চাবচোন কিছুমান কথা পৰিষ্কাৰ হ’ব, ৱিকিত লগ পাই থকাৰ আশা থাকিল| দীপাংকৰ চেতিয়া বাৰ্তা 10:30, 24 জুলাই 2012 (UTC)

অসমীয়া[সম্পাদনা কৰক]

এইখন অসমীয়া ৱিকিপিডিয়াহে। অনুগ্ৰহ কৰি খটৰাৰ দৰে ইংৰাজী প্ৰবন্ধ নিলিখিব। — গীতাৰ্থ বৰদলৈ (talk) 07:59, 28 জুলাই 2012 (UTC)