সমললৈ যাওক

সদস্য বাৰ্তা:Monn910nokia9

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 14:26, 2 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সতৰ্কবাণী[সম্পাদনা কৰক]

নমস্কাৰ! ৱিকিলৈ দেখুওৱা আগ্ৰহৰ বাবে ধন্যবাদ! কিন্তু মনকৰিবলগীয়া কথাটো হৈছে, কোনো সম্পাদনা নকৰাকৈ তথ্যসূত্ৰ নোহোৱাকৈয়ে একেসময়তে একাধিক প্ৰৱন্ধ লিখি আপুনি প্ৰতিটো প্ৰৱন্ধৰ মান বৰ্তাই ৰাখিব পৰা নাই, গতিকে নতুন সদস্য হিচাপে প্ৰৱন্ধ একোটাৰ মান উন্নত কৰাত অধিক গুৰুত্ব দিব বুলি আশা কৰিলোঁ। নহ'লে প্ৰৱন্ধবোৰ বিলোপ কৰা হ'ব পাৰে। -Nayan j Nath (বাৰ্তা) 06:05, 3 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]