সদস্য বাৰ্তা:Mouchumi

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


Tireless Contributor Barnstar.gif অক্লান্ত কৰ্মী পদক
মৌচুমী,
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ স্বীকৃতি হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। অনুগ্রহ কৰি আপুনিও আপোনাৰ সতীৰ্থ-সহযোগী সকলক উচিত ক্ষেত্রত এনেধৰণৰ "পদকে"ৰে সন্মানিত কৰে যেন।

প্রভাকৰ শৰ্মা নেওগ 11:51, 14 অক্টোবৰ 2011 (UTC)



সম্পাদনা[সম্পাদনা কৰক]

আপুনি সম্পাদনাৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে যদি আমাক সুধিব পাৰে | Gitartha.bordoloi ১৪:৫১, ২৯ জুলাই ২০১১ (UTC)

Invite to WikiConference India 2011[সম্পাদনা কৰক]

WCI banner.png

Hi Mouchumi,

The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011.
You can see our Official website, the Facebook event and our Scholarship form.

But the activities start now with the 100 day long WikiOutreach.

Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)

As you are part of Wikimedia India community we invite you to be there for conference and share your experience. Thank you for your contributions.

We look forward to see you at Mumbai on 18-20 November 2011

Are you coming for WCI 2011 ? --Naveenpf ০২:৩৬, ১৯ আগষ্ট ২০১১ (UTC)

It won't be possible for me to attend. Thanks for the invitation though. Wish you all a great success. -Mouchumi

সম্পাদনা[সম্পাদনা কৰক]

আপুনি প্ৰৱন্ধ এটা সাঁচি থোৱাৰ আগতে তাৰ কাষতে থকা "খচৰা দেখুৱাওক" টিপি এবাৰ Previewটো চাই ল’ব | কিবা ভুল থাকিলে ওলাই পৰিব | তেতিয়া বাৰে বাৰে সম্পাদনা নকৰিলেও হ’ল | Gitartha.bordoloi ১০:৫৪, ১৯ আগষ্ট ২০১১ (UTC)

ধন্যবাদ।

অসমীয়া ভাষা[সম্পাদনা কৰক]

হ'ব কোনো কথা নাই। মই ভাষাগত শব্দবোৰ নাজানো বা কিছুমান পাহৰিলোঁ বাবেহে হাত লগোৱা নাছিলোঁ। সোনকালেই কাৰোবাৰ হতুৱাই লিখাব লাগিব। Gitartha.bordoloi 20:51, 11 অক্টোবৰ 2011 (UTC)

2011 Indian Anti- corruption Movement[সম্পাদনা কৰক]

"দুৰ্নীতি বিৰোধী আন্দোলন" হ'ব। ব্ৰেকেটত "জন লোকপাল বিধেয়ক আন্দোলন" বুলিও লিখি দিব পাৰে।Gitartha.bordoloi 10:03, 13 অক্টোবৰ 2011 (UTC)

2011 Indian Anti- corruption Movement[সম্পাদনা কৰক]

আচলতে বাতৰি কাকতবিলাকত ইয়াৰ বিষয়ে বাতৰি লিখোতে "দুৰ্নীতি-বিৰোধী আন্দোলন" হিচাপে লিখা-মেলা কৰে৷ সেয়ে মই তেনে ধৰণেই ৰাখিছিলোঁ৷ এনেকৈয়ে ৰাখা নহ'লে৷ http://ajirdainikbatori.com/ আজিও কাকতত প্ৰশান্ত ভূষণৰ কথা লিখোঁতে "দুৰ্নীতি-বিৰোধী আন্দোলন" শব্দটোহে লিখিছে৷

Anjal Borah 10:08, 13 অক্টোবৰ 2011 (UTC)

দুয়োটাই ৰাখিলে ভাল হয়। বন্ধনীৰ ভিতৰত (জন লোকপাল বিধেয়ক আন্দোলন)-টো দি দিয়ক। বা ৰিডাইৰেক্ট কৰিও ৰাখিব পাৰে। উদ্দীপতালুকদাৰ 17:34, 13 অক্টোবৰ 2011 (UTC)

সৌৰভ কুমাৰ চলিহা[সম্পাদনা কৰক]

সদস্যসকলে আগতে আলোচনা কৰিয়েই তেখেতৰ ছবিখন আঁতৰাই দিছিল, কাৰণ তেখেতে কেতিয়াও নিজৰ ছবি প্ৰকাশ হোৱাটো বিচৰা নাছিল। দিবই লাগে যদি পিছফালৰ পৰা তোলা ছবি এখন আছে, সেইখনহে ভাল হ'ব নেকি। Gitartha.bordoloi 10:51, 15 অক্টোবৰ 2011 (UTC)

আনন্দ চন্দ্ৰ আগৰৱালা[সম্পাদনা কৰক]

এই প্ৰবন্ধত দিয়া ছবিখন চন্দ্ৰকুমাৰ আগৰৱালাৰহে। Gitartha.bordoloi 18:21, 15 অক্টোবৰ 2011 (UTC)

একে কপি ফটোকে ইণ্টাৰনেটত দুইজন লোকৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা দেখুৱাইছে৷ আন ক'ৰবাত চাব লাগিব৷ দুদিনমান ৰ'বা৷ verify কৰিব পৰা যাব৷

Anjal Borah 13:08, 17 অক্টোবৰ 2011 (UTC)


An Invite to join the Wikimedia India Chapter[সম্পাদনা কৰক]

Wikimedia India logo
- - - - - - - - - - - - Wikimedia India Chapter - - - - - - - - - - - -
Hi Mouchumi,

Greetings from the Wikimedia India Chapter !

Wikimedia India is an autonomous non-profit organization. The objective of the Chapter is to educate Indian public about availability and use of free and open educational content and build capacity to access and contribute to such resources in various Indian languages and in English. It works in coordination with Wikimedia Foundation and the Wikipedian community to promote building and sharing of knowledge through Wikimedia projects.

As you have shown an interest in articles related to India we thought you might be interested in knowing about the Wikimedia India chapter, its activities, volunteering and process to gain membership to the society. We need your help.

More details can be found at Our Blog  • Our Wiki
We welcome you to join and particpate in the India Chapter's activites. To join the chapter please click here. We thank you for your your contributions thus far and look forward to your continued participation.


Sincerely,
On behalf of the Wikimedia India chapter.

--Naveenpf 08:01, 6 নভেম্বৰ 2011 (UTC)

Hi, We are planning to conduct WikiAcademies across India. Can you please help to translate the Wiki Academy Brochure ? [1] . Please feel free to mail @ naveenpf at wikimedia dot in --Naveenpf 08:01, 6 নভেম্বৰ 2011 (UTC)

কৃষ্ণ[সম্পাদনা কৰক]

কৃষ্ণ প্ৰবন্ধটো বৰ সৰু অৱস্থাত আছে| অলপ বিস্তাৰ কৰিলে ভাল হ’লহেতেন| আপুনি ইংৰাজী নাইবা বাংলা ভাষাৰ প্ৰবন্ধটোৰ সহায়ো ল’ব পাৰে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:48, 31 মাৰ্চ 2012 (UTC)

পদক[সম্পাদনা কৰক]

Working Man's Barnstar.png The Working Woman's Barnstar
সুদীৰ্ঘ দিন ধৰি অসমীয়া ৱিকিপিডিয়াৰ সৈতে জঢ়িত হৈ থাকি, নতুন নতুন প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক চহকী কৰা বাবে আপোনালৈ আমাৰ সকলো ৱিকিপিডিয়ানৰ হৈ আপোনালৈ এই পদক প্ৰদান কৰিছো, আশাকৰো এনেদৰেই অসমীয়া ৱিকিপিডিয়াখন সমৃদ্ধিশালী কৰি তোলে যেন। বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:06, 1 এপ্ৰিল 2012 (UTC)

মোৱাম্মাৰ গাড্ডাফি[সম্পাদনা কৰক]

মোৱাম্মাৰ গাড্ডাফি, বাইডেউ এইজনাৰ কিবা এটা গতি লগাই দিয়ক| অনুৰুধ|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:10, 9 এপ্ৰিল 2012 (UTC)