সদস্য বাৰ্তা:NabaJyoti

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

“ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” সম্পাদনা মাৰাথনলৈ আমন্ত্ৰণ[সম্পাদনা কৰক]

Wiki Loves Women Logo (as).png

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক এখন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে। উক্ত সম্পাদনা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালোঁ।

এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা আৰু ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰা। এই সম্পাদনা মাৰাথনৰ সময়সীমা ২০১৯ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ। অংশগ্ৰহণ কৰক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ!

বিতংকৈ জানিবলৈ:

ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন ২০১৯

--MediaWiki message delivery (talk) 16:53, 11 February 2019 (ইউ.টি.চি.)

Article Submission[সম্পাদনা কৰক]

ৱিকি লাভ্‌ছ ৱুমেন ২০১৯” সম্পাদনা মাৰাথনৰ বাবে আপুনি সৃষ্টি কৰা প্ৰবন্ধসমূহ অনুগ্ৰহ কৰি ইয়াত জমা কৰক। – ViśvakoṣaSampādaka (talk) 08:41, 14 February 2019 (ইউ.টি.চি.)

পদক[সম্পাদনা কৰক]

Team Barnstar Hires.png The Teamwork Barnstar
লৈংগিক সমতা ৰক্ষা কৰাৰ উদেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত আয়োজিত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক সম্পাদনা মাৰাথনত আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তোমালৈ এই বঁটা আগবঢ়ালো৷ আগলৈকে একেই উৎসাহেৰে অসমীয়া ৱিকিপিিয়াত কাম কৰি যাাবা বুলি আশা ৰাখিছোঁ৷ --জলি বৰা (talk) 12:46, 31 March 2019 (ইউ.টি.চি.)