সমললৈ যাওক

সদস্য বাৰ্তা:NabaJyoti

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

“ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” সম্পাদনা মাৰাথনলৈ আমন্ত্ৰণ

[সম্পাদনা কৰক]

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক এখন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে। উক্ত সম্পাদনা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালোঁ।

এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা আৰু ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰা। এই সম্পাদনা মাৰাথনৰ সময়সীমা ২০১৯ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ। অংশগ্ৰহণ কৰক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ!

বিতংকৈ জানিবলৈ:

ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন ২০১৯

--MediaWiki message delivery (talk) 16:53, 11 February 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকি লাভ্‌ছ ৱুমেন ২০১৯” সম্পাদনা মাৰাথনৰ বাবে আপুনি সৃষ্টি কৰা প্ৰবন্ধসমূহ অনুগ্ৰহ কৰি ইয়াত জমা কৰক। – ViśvakoṣaSampādaka (talk) 08:41, 14 February 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

The Teamwork Barnstar
লৈংগিক সমতা ৰক্ষা কৰাৰ উদেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত আয়োজিত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক সম্পাদনা মাৰাথনত আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তোমালৈ এই বঁটা আগবঢ়ালো৷ আগলৈকে একেই উৎসাহেৰে অসমীয়া ৱিকিপিিয়াত কাম কৰি যাাবা বুলি আশা ৰাখিছোঁ৷ --জলি বৰা (talk) 12:46, 31 March 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান

[সম্পাদনা কৰক]

প্ৰিয় NabaJyoti,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters

[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities

[সম্পাদনা কৰক]

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]