সদস্য বাৰ্তা:Nang Madhusmita
অৱয়ব
নমস্কাৰ, Nang Madhusmita
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
প্ৰতিভাবান ন-সম্পাদকৰ পদক
[সম্পাদনা কৰক]সঠিক পথত এজন নতুন সম্পাদক | ||
নতুন সম্পাদক হিচাপে অসমীয়া ৱিকিপিডিয়াত আপুনি দেখুওৱা উৎসাহ আৰু অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই বঁটা আগবঢ়োৱা হৈছে। আশা কৰোঁ আগলৈও এনেদৰে কাম কৰি আমাক উৎসাহিত কৰি থাকিব৷
- অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ- 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 13:40, 1 September 2021 (ইউ.টি.চি.) |
- ধন্যবাদ আপোনাক। Nang Madhusmita (বাৰ্তা) 07:08, 17 October 2021 (ইউ.টি.চি.)