সদস্য বাৰ্তা:Padmaiisc

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰণৱ জ্যোতি ভূঞা (talk) 18:57, 9 ডিচেম্বৰ 2013 (UTC)

ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান[সম্পাদনা কৰক]

পদ্ম তুমি ৱিকিত লিখিবলৈ আৰম্ভ কৰা দেখি ভাল লাগিছে, ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান পৃষ্ঠাখন চাবাচোন, প্ৰণৱ দা, বিকাশ আৰু ম‍ই আৰম্ভ কৰিছিলো কিন্তু বহুদিন কাম কৰা হোৱা নাই, মোৰ নিজৰ অলপ কাম সামৰি জানুৱাৰিৰ মাজৰ পৰা ইয়াত পুনৰ লাগিম বুলি ভাবিছোঁ, তুমি এই প্ৰকল্পত যোগ দিব পাৰা, এই প্ৰকল্পৰ অধীনত থকা প্ৰবন্ধবোৰ বিস্তাৰ বা তালিকাত থকা এতিয়াও আৰম্ভ নোহোৱা প্ৰবন্ধবোৰ আৰম্ভ কৰিব পাৰা, গণিত বিষয়ৰ প্ৰবন্ধও কম আমাৰ সেইবোৰো অনুবাদ কৰিব পাৰা ইংৰাজীৰ পৰা দীপাংকৰ চেতিয়া? 17:25, 17 ডিচেম্বৰ 2013 (UTC) ধন্যবাদ দাদা। প্ৰণৱদা-প্ৰাণ্জলদা হঁতৰ আনুপ্ৰেৰনাৰেই ফল আচলতে। নিশ্চয়; আপুনাৰ কথা শুনি আছিলোঁ, লগ পায় ভাল লাগিল। Padmaiisc (talk) 11:55, 22 ডিচেম্বৰ 2013 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Padmaiisc,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.