সদস্য বাৰ্তা:Padmaiisc

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

প্ৰণৱ জ্যোতি ভূঞা (talk) 18:57, 9 ডিচেম্বৰ 2013 (UTC)

ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান[সম্পাদনা কৰক]

পদ্ম তুমি ৱিকিত লিখিবলৈ আৰম্ভ কৰা দেখি ভাল লাগিছে, ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান পৃষ্ঠাখন চাবাচোন, প্ৰণৱ দা, বিকাশ আৰু ম‍ই আৰম্ভ কৰিছিলো কিন্তু বহুদিন কাম কৰা হোৱা নাই, মোৰ নিজৰ অলপ কাম সামৰি জানুৱাৰিৰ মাজৰ পৰা ইয়াত পুনৰ লাগিম বুলি ভাবিছোঁ, তুমি এই প্ৰকল্পত যোগ দিব পাৰা, এই প্ৰকল্পৰ অধীনত থকা প্ৰবন্ধবোৰ বিস্তাৰ বা তালিকাত থকা এতিয়াও আৰম্ভ নোহোৱা প্ৰবন্ধবোৰ আৰম্ভ কৰিব পাৰা, গণিত বিষয়ৰ প্ৰবন্ধও কম আমাৰ সেইবোৰো অনুবাদ কৰিব পাৰা ইংৰাজীৰ পৰা দীপাংকৰ চেতিয়া? 17:25, 17 ডিচেম্বৰ 2013 (UTC) ধন্যবাদ দাদা। প্ৰণৱদা-প্ৰাণ্জলদা হঁতৰ আনুপ্ৰেৰনাৰেই ফল আচলতে। নিশ্চয়; আপুনাৰ কথা শুনি আছিলোঁ, লগ পায় ভাল লাগিল। Padmaiisc (talk) 11:55, 22 ডিচেম্বৰ 2013 (UTC)