সদস্য বাৰ্তা:Rahul handique bikhad
নমস্কাৰ, Rahul handique bikhad
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
লেখা
[সম্পাদনা কৰক]অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। কিন্তু এইখন এখন বিশ্বকোষহে য'ত আপুনিও প্ৰয়োজনীয় বিষয়ৰ "প্ৰবন্ধ" লিখিব পাৰে। এয়া কবিতা লিখাৰ স্থান নহয়। কিবা অসুবিধা পালে আন সদস্যক সুধিব। — গীতাৰ্থ বৰদলৈ (talk) 11:36, 5 এপ্ৰিল 2015 (UTC)