সদস্য বাৰ্তা:Rajoosonowal 53
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 1 বছৰৰ পূৰ্বে by KhiLanTzi in topic ১৭ মে' ২০২৪
১৭ মে' ২০২৪
[সম্পাদনা কৰক]অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰিছোঁ। আপুনি সোণোৱাল কছাৰীত কৰা সম্পাদনাত কোনো উৎসৰ উল্লেখ নকৰা বাবে সম্পাদনাসমুহ আতঁৰাই দিয়া হৈছে। আপুনি সেই তথ্যসমুহ যোগ কৰিব বিচাৰিলে লগত নিৰ্ভৰযোগ্য উৎস উল্লেখ কৰিব। অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:উৎসৰ উল্লেখ আৰু ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা পঢ়ি চাব পাৰে। উৎস যোগদান কৰাত কিবা সহায়ৰ প্ৰয়োজন হলে মোৰ সদস্য বাৰ্তাত কথা পাতিব পাৰিব। উদাহৰণ: যদি কোনোবা কিতাপত আপুনি এই তথ্য সমুহ পাইছে তেন্তে কিতাপখনৰ লেখক, প্ৰকাশৰ তাৰিখ, নাম, প্ৰকাশন, আৰু পৃষ্ঠা <ref> কিতাপখনৰ লেখক, প্ৰকাশৰ তাৰিখ, নাম, প্ৰকাশন, আৰু পৃষ্ঠা </ref> বন্ধনীৰ ভিতৰত লিখি দিব পাৰিব! ধন্যবাদ KHI-LAN-TZI 10:19, 17 May 2024 (ইউ.টি.চি.)