সমললৈ যাওক

সদস্য বাৰ্তা:Rakesh Modak

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 11:07, 15 August 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰতিভাবান নবাগত লেখক পদক

[সম্পাদনা কৰক]
প্ৰতিভাবান নবাগত লেখক পদক
একাধিক নতুন প্ৰবন্ধ সৃষ্টি তথা অন্যান্য সম্পাদনাৰে অসমীয়া ৱিকিপিডিয়ালৈ আপুনি যি অৱদান আগবঢ়াইছে, তাৰ স্বীকৃতি স্বৰূপে আপোনালৈ এই সামান্য পদক আগবঢ়োৱা হ'ল। আশা কৰোঁ, অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰিবলৈ আপুনি নিৰন্তৰ সেৱা আগবঢ়াই যাব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিপিডিয়া সমাজ

- দিব্য দত্ত (বাৰ্তা) 00:59, 19 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ -Rakesh Modak (বাৰ্তা) 05:40, 19 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

Invitation to Participate in the Wikimedia SAARC Conference Community Engagement Survey

[সম্পাদনা কৰক]

Dear Community Members,

I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity.

We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal.

This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference.

Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6

We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations.

Deadline to Submit the Survey: 20 January 2025

Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input.

Warm regards,
Biplab Anand

অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা

[সম্পাদনা কৰক]

অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলাৰ বিচাৰক তথা সম্পাদনা মেলাত অংশগ্ৰহণ কৰা অৱদানকাৰীসকলক মান পত্ৰ প্ৰদান কৰাৰ বাবে তথ্য সংগ্ৰহ কৰা হৈছে৷ অনুগ্ৰহ কৰি সকলো অংশগ্ৰহণকাৰীয়ে এই প্ৰ-পত্ৰখন পূৰ কৰি সহযোগিতা আগবঢ়াই যেন৷ ধন্যবাদ! দিব্য দত্ত (বাৰ্তা) 10:56, 20 November 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক