সমললৈ যাওক

সদস্য বাৰ্তা:Rakibul7425332

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

-অজয় দাস (বাৰ্তা) 05:34, 13 October 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

শেহতীয়া সম্পাদনা

[সম্পাদনা কৰক]

আপুনি শেহতীয়াকৈ কিছুমান অৰ্থহীন তথ্য পৃষ্ঠা এখনত যোগ দিয়া চকুত পৰিছে। বোধহয় জোনাকী পৃষ্ঠাত উল্লেখিত ৰাকীবুল ইছলাম আপোনাৰ নিজৰ নাম। অনুগ্ৰহ কৰি অৰ্থহীন তথ্য পৃষ্ঠা বোৰত যোগ নকৰিব। অন্যথা প্ৰশাসকে আপোনাক block কৰিব পাৰে। নিজৰ বিষয়ে লিখিবলৈ বিচাৰিলে সদস্য পৃষ্ঠাত লিখিব। কিবা বুজি নাপালে সুধিব বুলি আশা ৰাখিলোঁ। শুভেচ্ছাৰে... -অজয় দাস (বাৰ্তা) 05:34, 13 October 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক